দেৰগাওঁ : বিধান সভা সমষ্টিৰ অতি গুৰুত্বপুৰ্ণ পথ মালৌবান্ধ গড়কাপ্তানী পথৰ শোচনীয় অৱস্থাই পথচাৰীক বাৰুকৈয়ে দুৰ্ভোগ ভোগাইছে। যোৰহাট জিলাৰ উত্তৰ- পশ্চিম অংশৰ লগত দেৰগাঁও নগৰৰ পোনপতিয়া যোগাযোগৰ একমাত্ৰ এই পথটো বহু অংশত দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিলতীয়াত পথটো সম্পুৰ্ণ ৰূপে ভাগি চিগি গৈছে। যাৰ ফল স্বৰূপে যিকোনো সময়ত পথচাৰী দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। সময় থাকোতেই এই পথচোৱা মেৰামতি নকৰিলে যাতায়ত ব্যৱস্থা অধিক শোচনীয় হৈ পৰিব। অঞ্চলৰ ৰাইজে এই পথচোৱা মেৰমতিৰ বাবে তৎকালিন ব্যৱস্থা ল’বলৈ দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক আহ্বান জনাইছে।
Responsive Ads Here
Saturday, October 06, 2018
পথৰ শোচনীয় অৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment