ৰাষ্ট্রীয় থাই বক্সিঙত অসমৰ সাফল্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, January 25, 2020

ৰাষ্ট্রীয় থাই বক্সিঙত অসমৰ সাফল্য

 গুৱাহাটী : অসমৰ হীৰামণি দৈমাৰী, জৌংচাৰ বসুমতাৰী আৰু ৰিতুমণি ৰাভাৰ নেতৃত্বত অসমৰ তেৰজনীয়া দলে ২০২২ জানুৱাৰীত কান্দুৱাত অনুষ্ঠিত থাই বক্সিং প্রতিযোগিতাত অংশগ্রহণ কৰি অসমলৈ সর্বভাৰতীয় পদক পর্যায়ত চতুর্থ স্থানেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ 



অসমে ৬টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্রঞ্জৰ পদক লাভ কৰি গৌৰৱ অর্জন কৰে৷দানসৌৰাং দৈমাৰী, মোহন সিং ৰাভা, লোহিত ৰাভা, মিলন বড়ো, ৰূপালী বড়ো আৰু নিজৰা বড়োৱে স্বর্ণ পদক লাভ কৰে৷ বিষ্ণু চাবাৰ, পীতাম্বৰ নৰহ আৰু ৰাজা বৰুৱাই ৰূপৰ পদক লাভ কৰে৷ বিজয় বড়ো, ৰূপম ৰাভা, বন্দনা বড়ো আৰু ৰোহণ চহৰীয়াই ব্রঞ্জৰ পদক লাভ কৰে৷

No comments:

Post a Comment

SPONSORED