আলফাত যোগদান কৰিবলৈ যোৱা দুজন যুৱক গোলাঘাট আৰক্ষীৰ জালত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, December 20, 2018

আলফাত যোগদান কৰিবলৈ যোৱা দুজন যুৱক গোলাঘাট আৰক্ষীৰ জালত


গোলাঘাট : আলফাত যোগদান কৰিবলৈ যোৱা দুজন যুৱক গোলাঘাট আৰক্ষীৰ জালত পৰে। আলফাত যোগদান কৰিবলৈ বুলি নগালেণ্ড অভিমুখে আহি থকা অৱস্থাত বাছৰ পৰা আৰক্ষীয়ে যুৱক দুজনক আটক কৰে। আটক কৰা নৱ সন্দিকৈ আৰু ৰুবুল বনিয়াৰ ঘৰ গহপুৰত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰৰ কাম-কাজত অসন্তষ্ট হোৱাৰ ফলতে আলফাত যোগ দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷

SPONSORED