প্ৰাক্তন সাংসদ কে চি পালানিচামীক গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, January 25, 2020

প্ৰাক্তন সাংসদ কে চি পালানিচামীক গ্ৰেপ্তাৰ

  চেন্নাই : আজি চেন্নাইস্থিত কয়ম্বটোৰৰ নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন সাংসদ কে চি পালানিচামীক । শনিবাৰে পুৱাই ভাদাভাল্লীত থকা বাসভৱনৰ পৰা কেইবাটাও ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় এইগৰাকী সাংসদক ।



প্ৰাক্তন সাংসদ গৰাকীক ধাৰা ৪১৭,৪১৮,৪১৯,৪৬৫,৪৬৮,৪৭৯,৪৮১,৪৮২,৪৮৫ আৰু আই টি এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে, এআইএডিএমকে (AIADMK)ৰ প্ৰাক্তন সাংসদগৰাকীক ২০১৮ চনত দলৰ পৰাও বহিষ্কাৰ কৰা হৈছিল ।

No comments:

Post a Comment

SPONSORED