লাহৰীঘাট : উত্তৰ প্ৰদেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰাক লৈ মৰিগাঁৱৰ লাহৰীঘাটত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ মঙলবাৰে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত স্থানীয় বিধায়ক আছিফ নাজাৰসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে বিজেপি গ' বেক, প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক, যোগী আদিত্যনাথ গ' বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে অতিশীঘ্ৰে প্ৰিয়ংকা গান্ধীক মোকলাই দিয়াৰ দাবী জনায়।
Responsive Ads Here
Tuesday, October 05, 2021
Priyanka Gandhi : প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ
Tags
# অসম
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)

No comments:
Post a Comment