৯৭ শতাংশ নম্বৰেৰে উজলি উঠিল মাধৱদেৱ একাডেমীৰ ছাত্ৰ ডেভিদ নাথ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 09, 2022

৯৭ শতাংশ নম্বৰেৰে উজলি উঠিল মাধৱদেৱ একাডেমীৰ ছাত্ৰ ডেভিদ নাথ


বৰপেটাৰোডৰ নিকটৱৰ্তী কাটাঝাৰত ৯৭ শতাংশ নম্বৰেৰে উজলি উঠিল মাধৱদেৱ একাডেমীৰ ছাত্ৰ ডেভিদ নাথডেভিদ নাথৰ এই ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ, আঞ্চলবাসীৰ লগতে একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী সকলএকাডেমীখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল  লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একাডেমী কৰ্তৃপক্ষই ফুলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে

No comments:

Post a Comment

SPONSORED