হিমা কোন...! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 08, 2018

হিমা কোন...!


সম্পূৰ্ণ নামঃ হিমা দাস।
পিতৃৰ নামঃ ৰঞ্জিত দাস।
মাতৃৰ নামঃ জোনালী দাস।
ঘৰঃ নগাঁৱৰ ধিঙৰ কান্ধুলীমাৰী।
জন্মঃ ৯ জানুৱাৰী, ২০০০চন।
ওজনঃ ৫২ কেজি।
উচ্চতাঃ ৫ ফুট ১ ইঞ্চি।
প্ৰিয় শব্দঃ মন যায়।
প্ৰিয় খাদ্যঃ হাঁহৰ মাংস আৰু ভাত।
১০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ১১.৭৪ ছেকেণ্ড (পাটিয়ালা, ২৭ ফেব্ৰুৱাৰী, ২০১৮)।
২০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ২৩.১০ ছেকেণ্ড (গুৱাহাটী, ২৭ জুন, ২০১৮)।
৪০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ৫০.৭৯ ছেকেণ্ড (জাকাৰ্টা, ২৬ আগষ্ট, ২০১৮)।
৪x৪০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ৩ মিনিট ২৮.৭২ ছেকেণ্ড (জাকাৰ্টা, ৩০ আগষ্ট ২০১৮)।
প্ৰথমে খেলা খেলঃ ফুটবল।
এথলেটছ আই এ এ এফ ক’ডঃ ৩১৯৬৭৮.।

No comments:

Post a Comment

SPONSORED