গোলাঘাটত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 27, 2018

গোলাঘাটত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ


গোলাঘাট : গোলাঘাট নগৰৰ শান্তিপুৰৰ পথৰ দাঁতিত দেওবাৰে পুৱা এটা দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হয়। শান্তিপুৰৰ নিবাসী নৱজ্যোতি বৰা পুৱা উক্ত পথছোৱাৰে খোজ কাঢ়ি আহি থকা অৱস্থাত ৰাজপথৰ দাঁতিত কাছটো দেখা পায়। এই সম্পৰ্কত স্থানীয় লোকক অৱগত কৰাত স্থানীয় লোকে প্ৰায় ১২ কিল’গ্ৰাম ওজনৰ কাছটো উদ্ধাৰ কৰি গোলাঘাটৰ যমুনা পুখুৰীত মুকলি কৰি দিয়ে।


No comments:

Post a Comment

SPONSORED