গুৱাহাটী : অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্ত আৰু নাই । পাঁচ বছৰ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ থকা বিখ্যাত অভিনেতা জন আজি পুৱাই অসুস্থ হৈ পৰাত নগাঁৱৰ জি.ডি. হস্পিটেললৈ নিয়াৰ পথত পুৱা প্ৰায় ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ কথাছবি, অপেছাদাৰী নাট্য আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অভিনেতা গৰাকীৰ মৃত্যু অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
Responsive Ads Here
Monday, August 27, 2018
অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ দেহাৱসান
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment