প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু। - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, September 28, 2020

প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু।

 

• প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু।

• সুদূৰ অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰে টাইমুৰ।

• মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

• ১৯৩৬চনৰ ২৪ নবেম্বৰত জন্মগ্ৰহণ কৰিছিল তেওঁ।

• অসমৰ একমাত্ৰ আৰু প্রথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল তেওঁ।

• দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজৰ অধ্যাপিকাও আছিল টাইমুৰ।

• ১৯৭২, ৭৮,৮৩ আৰু ৯১ চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

• ১৯৯১চনত তেওঁ ৰাজ্যৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

• ১৯৮০-৮১চনত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

• ৰাজ্যসভালৈও ১৯৮৮চনত নিৰ্বাচিত হৈছিল টাইমুৰ।


No comments:

Post a Comment

SPONSORED